শুৱালকুছি মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

Date:

Share post:

প্ৰাগ্‌জ্যোতিষ বাৰ্তা, শুৱালকুছি := ভাৰতীয় জনতা পাৰ্টীৰ শুৱালকুছি মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভা এখন ভৱানী বিৱাহ ভৱনত অনুস্থিত হয়। মণ্ডলৰ সভাপতি হেমচন্দ্ৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি তপন দাস, জিলা বিষয়ববীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্যসহ মণ্ডলৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল জিলা সভাপতি গৰাকীয়ে সভাত ভাষণ দি দলৰ সাংগঠনিক দিশৰ ওপৰত তত্ত্বগধুৰ বক্তব্য দিয়ে। ইয়াৰ পূৰ্বে শুৱালকুছি মণ্ডল কাৰ্যালয়ত পুৱা পতাকা উত্তোলন কৰে মণ্ডল সভাপতি হেমচন্দ্ৰ বৈশ্যই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ৰাজনীতিঃ

spot_img

Related News/Articles

স্থানীয় সংবাদঃ

নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে সমিতি গঠন   

প্ৰাগজ্যোতিষ বাৰ্তা,নমাটি : নলবাৰী জিলাৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজা শতবৰ্ষ উদ্‌যাপনাৰ্থে অলপতে নাথকুছিস্থিত বাসন্তী পূজা প্ৰাংগনত নমাটি মৌজাৰ...

লেঙাত জলসিঞ্চন আঁচনি মুকলি ৰণজিৎ ভট্ৰাচাৰ্যৰ

প্ৰাগ্‌জ্যোতিষ বাৰ্তা,শুৱালকুছি :  জালুকবাৰী বিনাধসভা সমষ্টিৰ অন্তৰ্গত লৃঙাৰ প্ৰায় ২০০ বিঘা মাটি অৱৈধ সন্দেহযুক্ত নাগৰিকৰ বেদখলৰ বিৰুদ্ধে কামৰূপ...

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে অংকুৰণ দত্তই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত । শ্ৰীলংকাত...

কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ উদ্যোগত জোঁৰ সমদল

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত...
%d bloggers like this: