কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ সংবাদ মেলঃ কৰিলে কেইবাটাও গুৰুত্বপুৰ্ণ ঘোষণা..

◾ বঙাইগাঁৱত ৰাজ্যিক কেবিনেট বৈঠক
◾ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ সংবাদ মেল সম্বোধন
◾ সংবাদমেলত কৰিলে কেইবাটাও গুৰুত্বপুৰ্ণ ঘোষণা
◾ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত হিতাধিকাৰীৰ ঘৰে ঘৰে যাব কেবিনেট মন্ত্ৰীসকল
◾ শ্বিলঙৰ পৰিৱৰ্তে দিছপুৰত কেবিনেট পাতিছিল বিষ্ণুৰাম মেধিয়ে
◾ অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিছিল মহেন্দ্ৰমোহন চৌধুৰীয়ে
◾ দুয়োৰে পাছত দিছপুৰৰ বাহিৰত প্ৰথমবাৰলৈ কেবিনেটৰ বৈঠক
◾ দিছপুৰৰ বাহিৰত কৰা কেবিনেটে সহায় কৰিছে চৰকাৰক
◾ ৰাইজৰ ওচৰলৈ যোৱাত সহায় কৰিছে কেবিনেট বৈঠকে
◾ ৫ জানুৱাৰীত হাফলঙত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক
◾ সত্ৰৰ ভূমি বেদখলক লৈ কেবিনেটৰ সিদ্ধান্ত
◾ সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ সমিতি গঠন
◾ সমিতিৰ অধ্যক্ষ হ’ব প্ৰদীপ হাজৰিকা
◾ সমিতিত থাকিব দুই সদস্য মৃণাল শইকীয়া আৰু ৰূপম শৰ্মা
◾ বছৰৰ ৪টা দিন পিতৃ-মাতৃৰ সৈতে থাকিব মন্ত্ৰীসকল
◾ চৰকাৰী কৰ্মচাৰীয়ে বছৰত পাব দুদিন ছুটী
◾ ৬ আৰু ৭ জানুৱাৰীত পাব অতিৰিক্ত ছুটী
◾ চতুৰ্থ শ্ৰেণীৰ পৰা মন্ত্ৰীলৈকে পাব এই ছুটী
◾ নতুন শিক্ষানীতিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
◾ ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুসৰণ কৰি অসমত হ’ব নতুন শিক্ষানীতি
◾ নতুন শিক্ষানীতিত নাথাকিব মেট্ৰিকৰ গুৰুত্ব
◾ ৫+৩+৩+৪ৰ আধাৰত হ’ব নতুন শিক্ষানীতি সম্পূৰ্ণ সলনি হ’ব পাঠ্যক্ৰম
◾ ১৫টা শ্ৰেণীত হ’ব স্কুলীয়া শিক্ষা ব্যৱস্থা
◾ নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছিনিয়ৰ ছেকেণ্ডাৰী

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!