পিতৃ-মাতৃৰ কাষত থাকিবলৈ বিশেষ ছুটী লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে

বঙাইগাৱত অনুষ্ঠিত হোৱা কেবিনেটৰ পাছত হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। কেইবাটাও গুৰুত্বপুৰ্ণ ঘোষণা কৰে সংবাদমেলখনত।
তাৰ ভিতৰত এক বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ- পিতৃ-মাতৃ থকা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এক বিশেষ ছুটী। কৰ্মচাৰীসকলে ৪ দিন অতিৰিক্ত ছুটী লাভ কৰিব। পিতৃ-মাতৃৰ কাষত থাকিবলৈ এই বিশেষ ছুটী ঘোষণা। পিতৃ-মাতৃহীন চৰকাৰী কৰ্মচাৰীয়ে বঞ্চিত হ’ব এই ছুটীৰ পৰা। শাহু-শহুৰ জীয়াই থাকিলেও এই ছুটী লাভ কৰিব। মন্ত্ৰীসকলেও এনে ছুটী ল’ব পাৰিব। অৱশ্যে আৰক্ষীয়ে এনে ছুটী নাপাব।

প্ৰাগজ্যোতিষ|| সাপ্তাহিক বাতৰিকাকতhttps://pragjyotishassam.com
প্ৰাগজ্যোতিষ || অসমীয়া সাপ্তাহিক বাতৰিকাকত

More from author

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related posts

Advertismentspot_img

Latest posts

অসম গৌৰৱ বঁটা”ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা

প্ৰাগজ্যোতিষ অসম বাৰ্তা, পেঙেৰিৰ পৰা অৰুণ ভূঞা, ৪ ডিছেম্বৰ ২০২১ঃ অসম গৌৰৱ বঁটা"ৰ বাবে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ ববী হাজৰিকা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত মাকুম বাগানৰ নিবাসী ববী...

বনভোজ খোৱা পৰিকল্পনা পৰিহাৰ কৰক, আহি পালে অ’মিক্ৰণ..

শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অ’মিক্ৰণ ভেৰিয়েণ্টেক লৈ কয় যে, সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই...

কোনে কোনে পালে অসম চৰকাৰৰ অসামৰিক সন্মান? সবিশেষ..

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল ◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল ◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা...

Want to stay up to date with the latest news?

We would love to hear from you! Please fill in your details and we will stay in touch. It's that simple!